Google search engine
30 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্তৰ হাৰ : বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু...

ৰাজ্যত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্তৰ হাৰ : বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু ২৫ জনৰ

গুৱাহাটী : ৰাজ্যত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্তৰ হাৰ৷ কালিৰ দিনটোত আক্ৰান্ত হয় ১,৫৪৭ জন লোক৷ বুধবাৰে আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হয় ২৫ জন লোকৰ৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৯৩ জন লোক৷ গোলাঘাটত ১৪৭, ডিব্ৰুগড়ত ১৩৯ জন আক্ৰান্ত হয়৷ যোৰহাটত ১১৫জন, লখিমপুৰত ১০২ জন, নগাঁৱত ১০৮জন, শোণিতপুৰত ৯১ জন আক্ৰান্ত হয়৷

কালিৰ দিনটোত আৰোগ্য লাভ কৰে ২,৪২৬জনে৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ১৫,৩৪৬জন লোক৷ ৰাজ্যত বাতৰি লিখা পৰলৈ ক’ভিড টেষ্ট কৰে ১,৭৩,৪৯,২২০ জনে৷

তাৰভিতৰত মুঠ ৫,৫২,৪২৫জন কৰ’না পজিটিভ বুলি ধৰা পৰে৷ বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে ৫,৩০,৬৭৮জনে৷ আৰু মৃত্যুৰ মুখত পৰিছে ৫,০৫৪জন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Sat
29 °
Sun
28 °
Mon
31 °
Tue
30 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular