spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ৭০০গৰাকীকৈ লোক

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ৭০০গৰাকীকৈ লোক

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ সোমবাৰে নতুনকৈ আক্ৰান্ত হয় ৭০০গৰাকীকৈ লোক৷ গুৱাহাটী মহানগৰ জিলাত আক্ৰান্ত হয় ১৬৫গৰাকী৷ সোমবাৰে মৃত্যু ঘটিছে ১১ গৰাকী ক’ভিড ৰোগীৰ৷ বিগত ২৪ ঘণ্টাত ক’ভিড টেষ্ট কৰা হৈছে ৯৪,৬৩৬ গৰাকীৰ৷

বৰ্তমানলৈ আৰোগ্যৰ হাৰ ৯৭.৬৮ শতাংশলৈ বৃদ্ধি হৈছে৷ তাৰবিপৰীতে চিকিৎসাধীন হৈ আছে ৬,৬৪৮গৰাকী৷ কালিৰ দিনটোত গোলাঘাটত আক্ৰান্ত হৈছে ৪৭জন লোক, শিৱসাগত আক্ৰান্ত হৈছে ৩৯জন, ডিব্ৰুগড়ত ৩৮ জনকৈ লোক৷ বৰত্মানলৈ ৰাজ্যত ক’ভিড আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৫,৫৮৭জন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Sat
26 °
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular