spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ১,৫৯৫জন

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ১,৫৯৫জন

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ বিগত ২৪ ঘণ্টাত ১,৫৯৫ গৰাকী লোক আক্ৰান্ত হয় কৰ’নাত৷ কালিৰ দিনটোত বৃদ্ধি ক’ভিডত মৃত্যুৰ সংখ্যা৷ কালি ২৩ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়৷

কামৰূপ মহানগৰত আক্ৰান্ত হয় ১৭৯ জন, গোলাঘাটত ১৬৪জন, লখিমপুৰত ১১৯ জন আক্ৰান্ত হয়৷ ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ৮৪ গৰাকী লোক৷

শনিবাৰৰ দিনটোত ১,১৮,৮৮৯জনে ক’ভিড টেষ্ট কৰে৷ আক্ৰান্তৰ হাৰ আছিল ১.৩৪ শতাংশ৷ আনহাতে ১৭৮৮জনে আৰোগ্য লাভ কৰে৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ১৪,৩৭৯জন লোক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
26 °
Fri
28 °
Sat
29 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular