Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : পজিটিভিটীৰ হাৰ ২.০৬ শতাংশ

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : পজিটিভিটীৰ হাৰ ২.০৬ শতাংশ

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ কালিৰ দিনটোত অসমত মুঠ ২,৬৪০ জন আক্ৰান্ত হয়৷ মহানগৰীত কালি আক্ৰান্ত মুঠ ১৭২ জন৷ ৰাজ্যত মৃত্যুক সাবটিলে ৩৩ জনে৷ কালি ১২৭৮৮৭ ব্যক্তিৰ ক’ভিড টেষ্ট সম্পন্ন হয়৷ শনিবাৰে পজিটিভিটীৰ হাৰ ২.০৬ শতাংশ আছিল৷ তাৰে ভিতৰত গোলাঘাটত আক্ৰান্ত হয় মুঠ ২৬৬জন লোক, শোণিতপুৰত মুঠ ২৩৭জন আক্ৰান্ত হয়৷ যোৰহাটত আক্ৰান্ত হয় ১৭৫ জনৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular