Google search engine
26.6 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিককৰ’নাৰ সংক্ৰমণ : গোলাঘাট আৰু শোণিতপুৰত সৰ্বাধিক

কৰ’নাৰ সংক্ৰমণ : গোলাঘাট আৰু শোণিতপুৰত সৰ্বাধিক

গুৱাহাটী : ৰাজ্যত পুনৰ বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ ৰাজ্যত সোমবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা ২,৬৮৯ জন ৷ গুৱাহাটীত বিগত ২৪ ঘণ্টাত সংক্ৰমিত হয় ১৬৪ জন লোক৷ কালি অসমত মৃত্যুৰ সংখ্যা আছিল ৪২ জন৷

ৰাজ্যত তিব্ৰতৰ ভাৱে চলি আছে ক’ভিড টেষ্ট৷ কালি দিনটোত ১,৩৩,৫৪৩ জন লোকক ক’ভিড টেষ্ট কৰোৱা হয়৷ সোমবাৰে অসমত আক্ৰান্তৰ আছিল হাৰ ২.০১ শতাংশ৷ তাৰ ভিতৰত গোলাঘাট আৰু শোণিতপুৰত সৰ্বাধিক৷ গোলাঘাটত আক্ৰান্ত হয় মুঠ ২৭৮জন, শোণিতপুৰত আক্ৰান্ত হয় ২২৮জন৷ যোৰহাটত ১৭৮ জন আক্ৰান্ত হয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26.6 ° C
26.6 °
26.6 °
92 %
1.7kmh
91 %
Wed
26 °
Thu
33 °
Fri
33 °
Sat
32 °
Sun
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular