spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ'নাৰ সংক্ৰমণ হ্ৰাস: আক্ৰান্ত হয় ১,২৭৬ জন

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ হ্ৰাস: আক্ৰান্ত হয় ১,২৭৬ জন

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে৷ কালিৰ দিনটোত কৰ’নাত আক্ৰান্ত হয় ১,২৭৬ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত ১,১২,৩৩২ জন লোকক ক’ভিড টেষ্ট কৰা হয়৷

তাৰ ভিতৰত কামৰূপ মেট্ৰ’ত আক্ৰান্ত হয় ১৬১ জন, গোলাঘাটত ৯৮জন, লখিমপুৰত ৯৫জন, নগাঁৱত ৬৬জন আক্ৰান্ত হয় কৰ’নাত৷

বুধবাৰৰ দিনটোত ২১ জনৰ লোকৰ কৰ’নাত মৃত্যু হয়৷ ৰাজ্যত সুস্থতাৰ হাৰ ৯৬.৫০ শতাংশ ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ১.১৪ শতাংশ৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১৩,১৫২জন লোক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular