Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিককৰ’নাৰ সংক্ৰমণ অব্যাহত: ৰাজ্যত আক্ৰান্ত ২,৪৫৩ গৰাকী

কৰ’নাৰ সংক্ৰমণ অব্যাহত: ৰাজ্যত আক্ৰান্ত ২,৪৫৩ গৰাকী

গুৱাহাটী: ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,৪৫৩ জন লোকৰ৷ কালিৰ দিনটোত মৃত্যু হয় ২৭ জন লোকৰ৷ শুকুৰবাৰে দিনটোত আক্ৰান্তৰ হাৰ ১.৫৯ শতাংশ৷

ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাত সৰ্বাধিক লোক আক্ৰান্ত হয় কৰ’না ভাইৰাছত৷ মুঠ ৩১২জন লোক আক্ৰান্তৰে চতুৰ্থ দিনালৈ অভিলেখ গঢ়িলে জিলাখনে৷ আনহাতে, মহানগৰীত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৮৬ জন লোক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular