spot_img
28 C
Guwahati
Saturday, September 18, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত অব্যাহত কৰ'নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ১,২৭৫ জন

ৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ১,২৭৫ জন

গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ৷ মঙলবাৰৰ দিনটোত আক্ৰান্ত হয় ১,২৭৫ জন৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিড টেষ্ট কৰা হয় ১,৭৬,১৯৭জন লোকৰ৷ যাৰ ফলত কামৰূপ মেট্ৰ’ ত কৰ’নাত আক্ৰান্ত হয় ২০৯ জন৷

গোলাঘাটত আক্ৰান্ত হয় ১০৬জন৷ডিব্ৰুগড়ত আক্ৰান্ত হয় ৯০জন, কামৰূপ গাম্যত ৬৯জন৷ আক্ৰান্তৰ হাৰ আছিল ০.৭২ শতাংশ৷ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ১৯ জনৰ৷

বৰপেটাত মৃত্যু হয় ৪জন, কামৰূপ মেট্ৰ’ত ৩জন, ডিব্ৰুগড় আৰু কামৰূপ গাম্যত মৃত্যু হয় ২জনৰ৷ বিশ্বনাথ, কাছাৰ,চিৰাং, দৰং, গোলাঘাট, গোলাঘাট, হোজাই, লখিমপুৰ, তিনিচুকীয়াত মৃত্যু হয় এজনকৈ লোকৰ৷ আনহাতে আৰোগ্যৰ হাৰ ৯৬.৮৮ শতাংশ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular