spot_img
24.9 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহতঃ ২৪ ঘণ্টাত আক্ৰান্ত ৫৫৪জন

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহতঃ ২৪ ঘণ্টাত আক্ৰান্ত ৫৫৪জন

গুৱাহাটী: ৰাজ্যজুৰি কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে৷ প্ৰতিদিনে কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বহুজন৷ কিন্তু তাৰ মাজতে অসমত ক’ভিড পৰিস্থিতি আগতকৈ সুস্থ হোৱা পৰিলক্ষিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ৫৫৪ জন লোক৷

কালিৰ দিনটোত ৮৪,২৪৬ জনৰ দেহত ক’ভিড টেষ্ট কৰা হৈছিল৷ তাৰ ভিতৰত কামৰূপ মহানগৰত ১৫৭ জনৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি৷ তাৰ বিপৰীতে গোলাঘাটত ৬০ জন, যোৰহাটত ৪০ আৰু লখিমপুৰত ২৪ জন লোক আক্ৰান্ত হয় কৰ’না ভাইৰাছত৷

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৬জন৷ বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৫,৪২৪জন লোক, তাৰ বিপৰীতে আৰোগ্যলাভ কৰিছে ৫৬৭ জনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.9 ° C
24.9 °
24.9 °
92 %
1.7kmh
1 %
Mon
25 °
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular