spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ১,২৯৯ জনকৈ লোক

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ১,২৯৯ জনকৈ লোক

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ কালিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হয় ১,২৯৯ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,২৮,৬৮৪ জনৰ দেহত ক’ভিড টেষ্ট কৰা হয়৷

তাৰ ভিতৰত কামৰূপ মেট্ৰ’ত আক্ৰান্ত হয় ১৮৪ জন, লখিমপুৰত আক্ৰান্ত হয় ১০৮জন, গোলাঘাটত আক্ৰান্ত হয় ৯১জন লোক, ডিব্ৰুগড়ত আক্ৰান্ত হয় ৭০জন৷

ৰাজ্যত ২৪ ঘণ্টাত মৃত্যু হয় ২০ জনৰ৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ১২,৭৬৭জন৷ বৃহস্পতিবাৰৰ দিনটোত আৰোগ্যৰ হাৰ হৈছে ৯৬.৫৭ শতাংশ৷ তাৰবিপৰীতে সংক্ৰমণৰ হাৰ ১.০১ শতাংশ আছিল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular