Google search engine
26 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ: আক্ৰান্তৰ হাৰ গোলাঘাটত সৰ্বাধিক

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ: আক্ৰান্তৰ হাৰ গোলাঘাটত সৰ্বাধিক

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ শনিবাৰৰ দিনটোত অসমত আক্ৰান্ত হয় মুঠ ২,৩৭৫ জন লোক৷ গোলাঘাটত পুনৰ বাৰ সৰ্বাধিক আক্ৰান্ত হয় কৰ’না ভাইৰাছত৷ মুঠ ৩১৬ জন আক্ৰান্তৰে পঞ্চমটো দিনৰ অভিলেখ গঢ়িলে৷ 

আনহাতে শনিবাৰে ৰাজ্যত প্ৰাণ গ’ল মুঠ ২৮ জন লোকৰ৷ ৰাজ্যত আক্ৰান্তৰ হাৰ গোলাঘাটৰ পাছত যোৰহাটত সৰ্বাধিক৷ জিলাখনত মুঠ আক্ৰান্ত হয় ২৩১জন, গুৱাহাটীত মুঠ আক্ৰান্ত হয় ১৬৮ জন৷ লখিমপুৰত ১৬৬ জন, শোণিতপুৰত ১৪৬ জন আক্ৰান্ত৷ নগাঁৱত নতুনকৈ আক্ৰান্ত হয় ১০০ জন৷ 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
98 %
1.2kmh
100 %
Tue
26 °
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular