spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ পৰিস্থিতি সামান্য উন্নত : আক্ৰান্ত হয় ১,১৮২ জন

ৰাজ্যত কৰ’নাৰ পৰিস্থিতি সামান্য উন্নত : আক্ৰান্ত হয় ১,১৮২ জন

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ পৰিস্থিতি সামান্য উন্নত৷ কালিৰ দিনটোত অসমত আক্ৰান্ত হয় ১,১৮২ জন৷ বৰ্তমানেও বিপদমুক্ত হোৱা নাই গুৱাহাটী৷ মঙলবাৰে গুৱাহাটীত আক্ৰান্ত হয় ১৭৭ জন৷ কালিৰ দিনটোত ৰাজ্যত ১,৫৪,১০২ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন হয়৷

যাৰ ফলত আক্ৰান্তৰ হাৰ ০.৭৭ শতাংশ বুলি জানিবলৈ পোৱা যায়৷ কালিৰ দিনটোত মৃত্যু হয় ১৩ জন ক’ভিড আক্ৰান্তৰ৷ মঙলবাৰে ১,১৫৮জন আৰোগ্য লাভ কৰে৷ তাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১১,০৯৩জন৷ কালি বৰপেটাত আক্ৰান্ত হয় ৭৫জনকৈ লোক, গোলাঘাটত ৭৪জন আৰু যোৰহাটত ৭২জন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
40 %
Thu
26 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular