Google search engine
32 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা সামান্য হ্ৰাস: বৃদ্ধি আৰোগ্যৰ হাৰ

ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা সামান্য হ্ৰাস: বৃদ্ধি আৰোগ্যৰ হাৰ

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা সামান্য হ্ৰাস৷ ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমবাৰলৈ নিম্নগামী হৈছে আক্ৰান্তৰ সংখ্যা৷ দেওবাৰে ৰাজ্যত আক্ৰান্ত হয় মুঠ ১২১৩ জন লোক৷ মহানগৰীতো হ্ৰাস পাই আছিছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷

বিগত ২৪ ঘণ্টাত কামৰূপ মেট্ৰ’ত কৰ’নাত আক্ৰান্ত হয় মুঠ ১৪০ জন৷ আনহাতে কালিৰ দিনটোত ৰাজ্যত কৰ’না আক্ৰান্ত হৈ মৃত্যু হয় ২০ জনৰ৷ দেওবাৰৰ দিনটোৰ কৰ’নাত আক্ৰান্তৰ হাৰ আছিল ২.২৫ শতাংশ৷ ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ ৯৪.৫৬ শতাংশ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
35.4 °
32 °
74 %
1.5kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular