Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিককৰ'নাৰ সংক্ৰমণ : ১৭ দিনৰ পাছত মহানগৰীত আক্ৰান্ত ২০০ জন

কৰ’নাৰ সংক্ৰমণ : ১৭ দিনৰ পাছত মহানগৰীত আক্ৰান্ত ২০০ জন

গুৱাহাটী : ৰাজ্যজুৰি অব্যাহত আছে কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ। কালিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হয় মুঠ ২,৪৩৩ জন লোক৷ গুৱাহাটীত কালি ২০৪ জন লোক কৰ’নাত আক্ৰান্ত হয়৷ ১৭ দিনৰ পাছত গুৱাহাটীত এদিনত আক্ৰান্তৰ সংখ্যা ২০০ৰ ঘৰ অতিক্ৰম কৰে৷

মঙলবাৰৰ দিনটোত অসমত ৩৪ জনৰ মৃত্যু হয়৷ কালি ৰাজ্যত সংক্ৰমণৰ হাৰ ২.৪৩ শতাংশ৷ বিগত ২৪ ঘণ্টাত ১,০০২৬২ জনৰ ক’ভিড টেষ্ট কৰা হয়৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ২২,৮৯৭ জন লোক৷ আক্ৰান্তৰ হাৰ ২.৪৩ শতাংশ৷ কালিৰ দিনটোত ১,৭৪৫জনে লাভ কৰে আৰোগ্য।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
84 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular