Google search engine
25.8 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিককৰ’নাৰ সংক্ৰমণ: বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হয় ২,২৮৯ জন

কৰ’নাৰ সংক্ৰমণ: বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হয় ২,২৮৯ জন

গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ৷ বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হয় মুঠ ২,২৮৯ জন লোক৷ কালিৰ দিনটোত মৃত্যু হয় ২৬ জনকৈ লোকৰ৷

আনহাতে কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ২.২৫ শতাংশ৷ ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাতেই সৰ্বাধিক লোক আক্ৰান্ত হয় কৰ’না ভাইৰাছত৷ মুঠ ২২৬ জন আক্ৰান্ত হয় কৰ’নাত৷ লখিমপুৰত আক্ৰান্ত হয় মুঠ ২১১জন, যোৰহাটত ১৫৮ জন, গুৱাহাটীত আক্ৰান্ত হয় ১৮১ জন লোক৷ শিৱসাগৰত কালিৰ দিনটোতে ৫ জন লোকৰ মৃত্যু হয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.8 ° C
25.8 °
25.8 °
98 %
0.8kmh
100 %
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °
Sun
26 °

Watch latest Movies & TV Series on Prag Play

Most Popular