spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ হ্ৰাস : আক্ৰান্ত হয় ৯৮৬ জন

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ হ্ৰাস : আক্ৰান্ত হয় ৯৮৬ জন

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ হ্ৰাস৷ ১হাজাৰৰ তলত আক্ৰান্ত হয় অসমত৷ কালিৰ দিনটোত আক্ৰান্ত হয় ৯৮৬ জন৷ তাৰ ভিতৰত বৰপেটাত ৬৯জন, গোলাঘাটত ৫৪জন, ডিব্ৰুগড়ত৩৪জন, বিশ্বনাথত ৩৫ জন, যোৰহাটত ৩৮ জন, কামৰূপত ৪৪ জন, শোণিতপুৰত ৪৫ জন, নলবাৰীত ৬৫ জন, মাজুলীত ১৫ জন, শিৱসাগৰত ৫১জন, নগাঁৱত ৪৬জন, কাছাৰত ২৪জন আক্ৰান্ত হয়৷

শনিবাৰৰ দিনটোত ৰাজ্যত ১,১৮,৯০২জনক ক’ভিড টেষ্ট কৰা হয়৷ কৰ’নাৰ পৰা মুক্ত হোৱা নাই গুৱাহাটী মহানগৰীও৷ কালি গুৱাহাটীত আক্ৰান্ত হয় ১৫৯ জন৷ শনিবাৰৰ দিনটোত ৰাজ্যত মৃত্যু ১৫ জন৷ আনহাতে আৰোগ্য লাভ কৰে ১০৫৭জনে ৷ তাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১০,২৮৬জনে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Thu
27 °
Fri
33 °
Sat
33 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular