spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত: ২৪ঘণ্টাত আক্ৰান্ত ৪৭১জন

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত: ২৪ঘণ্টাত আক্ৰান্ত ৪৭১জন

গুৱাহাটী: ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ বিগত ২৪ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ৪৭১জন লোক৷ কালিৰ দিনত দিনটোত ৮০,৯৩৭ জনক ক’ভিড টেষ্ট কৰা হয়৷ তাৰ ভিতৰত গুৱাহাটীত ১০৫জন লোক কৰ’নাত আক্ৰান্ত হয়৷

শোণিতপুৰত ৩২জন, শিৱসাগৰত ৩০জন, গোলাঘাটত ২৯জন লোক আক্ৰান্ত হয় কৰ’নাত৷ মঙলবাৰে ৯জন লোক কৰ’নাক্ৰান্ত হৈ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ যোৰহাট, মৰিগাঁৱত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ গাম্য, লখিমপুৰত এজনকৈ লোক মৃত্যু হয় কৰ’নাত৷

বাতৰি লিখা পৰলৈ ৰাজ্যত মুঠ ৫,৭১৯জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে৷ বৰ্তমানেও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৫,১১০জন লোক৷ তাৰ বিপৰীতে আৰোগ্যলাভ কৰিছে ৪২০জনে৷ ৰাজ্যত আৰোগ্যৰ হাৰ ৯৭.৯৫শতাংশ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular