Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিককৰ'নাৰ সংক্ৰমণ অব্যাহত: আক্ৰান্তৰ হাৰ বৃদ্ধি পালেই সম্পূৰ্ণ লকডাউন হ'ব পাৰে মহানগৰীত

কৰ’নাৰ সংক্ৰমণ অব্যাহত: আক্ৰান্তৰ হাৰ বৃদ্ধি পালেই সম্পূৰ্ণ লকডাউন হ’ব পাৰে মহানগৰীত

গুৱাহাটী : মহানগৰীত কৰ’নাৰ সংক্ৰমণক লৈ সৰব হৈ পৰিছে স্বাস্থ্য বিভাগ৷ আক্ৰান্ত সৰ্বাধিক যিকোনো মুহূৰ্ততে সম্পূৰ্ণ লকডাউন দিব পাৰে প্ৰশাসনে৷ কালি সাংবাদিকৰে হোৱা এক কথোপকথনত এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷

আনহাতে ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ২,৬৪৪ জন লোক৷ কালিৰ দিনটোত মৃত্যু হয় ২১ জন লোকৰ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ২.৪৮ শতাংশ৷ এইবাৰ লখিমপুৰ জিলাত সৰ্বাধিক জন লোক আক্ৰান্ত হয় কৰ’না ভাইৰাছত৷ কালিৰ দিনটোত আক্ৰান্ত ২৮৫ জন লোক অভিলেখ গঢ়িলে জিলাখনত৷ তাৰপাছত গোলাঘাটত আক্ৰান্ত হয় মুঠ ২৮০জন লোক, শোণিতপুৰত মুঠ ১৭৩ জন আক্ৰান্ত হয়৷ গুৱাহাটীত বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্ত হয় ১৬৮ জন লোক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
27 ° C
27 °
27 °
89 %
1.5kmh
90 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular