Google search engine
25.5 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিককৰ’নাৰ বিভীষিকা : গোলাঘাটত আক্ৰান্ত সৰ্বাধিক জন

কৰ’নাৰ বিভীষিকা : গোলাঘাটত আক্ৰান্ত সৰ্বাধিক জন

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ বিভীষিকা অব্যাহত৷ ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হয় ২,৬৭২ জন৷ গোলাঘাটত আক্ৰান্ত হয় ৩৩২, নগাঁৱত ১৯৯ জন, শোণিতপুৰত ১৭৫জন, বিশ্বনাথত ১৭২জন লোক আক্ৰান্ত হয় কৰ’নাত৷ ইপিনে কামৰূপ মহানগৰ জিলাত হ্ৰাস পাইছে সংক্ৰমণ৷ আনহাতে মৃত্যু ঘটিছে ২৭ জন ৰোগীৰ৷

কালিৰ দিনটোত ৰাজ্যত মুঠ ১,০১,২২২ জনৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল৷ তাৰ ভিতৰত ২,৬৭২নৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ আছিল ২৷৬৪শতাংশ৷ কালিৰ দিনটোত আৰোগ্য লাভ কৰে ১,৯৯৬ জন আক্ৰান্তই৷ ৰাজ্যত বৰ্তমান ২৫,৬৯২জন লোক চিকিৎসাধীন হৈ আছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular