Google search engine
27 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিকদৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ :আক্ৰান্ত ১ লাখ ৬০ হাজাৰৰো অধিক

দৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ :আক্ৰান্ত ১ লাখ ৬০ হাজাৰৰো অধিক

গুৱাহাটী : ৰাজ্যত দৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ৷ সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৫৮৩ জনকৈ লোক৷কৰ’নাৰ হটস্পটত পৰিণত হৈছে কামৰূপ মহানগৰ৷ জিলাখনত এদিনত আক্ৰান্ত ১৯৩ জন৷ কামৰূপ গ্ৰাম্যত আক্ৰান্ত হয় ৪৮ জন লোক৷

আৰু পঢ়িব পাৰিব : হোজাইত কলংকিত ঘটনা : কিশোৰীক জাপি দিলে মাতৃত্বৰ বোজা

ডিব্ৰুগড়ত ৪৩জন আৰু নগাঁৱত আক্ৰান্ত হয় ২৯ জন৷ দেশত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে কৰ’নাৰ সংক্ৰমণ৷ সোমবাৰে আক্ৰান্ত হৈছে ১ লাখ ৬০ হাজাৰৰো অধিক লোক৷ আনহাতে মৃত্যু ঘটিছে ৮৬৪ জন লোকৰ৷

আৰু পঢ়িব পাৰিব : অবৈধ ড্ৰাগছসহ সৰবৰাকাৰীক আটক!

মহাৰাষ্ট্রত শোচনীয় হৈ পৰিছে কৰ’নাৰ পৰিস্থিতি৷ কালিৰ দিনটোত মহাৰাষ্ট্রত ৫১ হাজাৰ লোক আক্ৰান্ত৷ মহাৰাষ্ট্রত কালি মৃত্যু ঘটিছে ২৫৮ জনৰ৷ উত্তৰ প্ৰদেশত আক্ৰান্ত ১৩ হাজৰৰো অধিক৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
27 °
Sun
29 °
Mon
31 °
Tue
31 °
Wed
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular