Google search engine
27 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকদেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ কালৰূপ ধাৰণ : ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা...

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ কালৰূপ ধাৰণ : ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৪৪৬ জনৰ

গুৱাহাটী : দেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌয়ে কালৰূপ ধাৰণ কৰিছে৷ সোমবাৰৰ তুলনাত সামান্য হ্ৰাস হৈছে দৈনিক কৰ’নাৰ সংক্ৰমণ৷ ইপিনে সোমবাৰে আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছিল ১ লাখৰ ঘৰ৷ আজি দিনটোত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৯৭ হাজাৰজন লোক৷

আৰু পঢ়িব পাৰিব : ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ

কৰ’নাৰ দ্বিতায় ঢৌত মৃত্যুৰ সংখ্যাও বাঢ়িছে৷ ২৪ ঘণ্টাত মৃত্যু হয় ৪৪৬ জন লোকৰ৷ হঠাৎ হোৱা সংক্ৰমণৰ বাবে বৃদ্ধি সক্ৰিয় ৰোগীৰ সংখ্যা৷ দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৭ লাখ ৮৮ হাজাৰ ২২৩ লৈ৷ দৈনিক সংক্ৰমণৰ অৰ্ধেক মহাৰাষ্ট্রৰ৷ ২৪ ঘণ্টাত মহাৰাষ্ট্রত আক্ৰান্ত ৪৭ হাজাৰ জন লোজ৷

আৰু পঢ়িব পাৰিব : ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা

ইপিনে ছত্তীশগড়ৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটে৷ ৰাজধানী দিল্লীতো হুৰহুৰাই বাঢ়িছে সংক্ৰমণৰ হাৰ৷ দিল্লীত ৩০ এপ্ৰিল পৰ্যন্ত নৈশ সান্ধ্য আইন জাৰি কৰিছে ৷ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্যআইন বাহাল থাকিব৷

RELATED ARTICLES

Today's Weather

Guwahati
heavy intensity rain
27 ° C
27 °
27 °
83 %
2.1kmh
75 %
Thu
27 °
Fri
29 °
Sat
28 °
Sun
30 °
Mon
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular