Google search engine
25.5 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত কৰ’না আক্ৰান্তৰ হাৰ ২.২৫ শতাংশলৈ হ্ৰাস

ৰাজ্যত কৰ’না আক্ৰান্তৰ হাৰ ২.২৫ শতাংশলৈ হ্ৰাস

গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ বিভীষিকা৷ কালিৰ দিনটোত ৩,৪৭৭ জন লোক আক্ৰান্ত হয়৷ ২৪ ঘণ্টাত অসমত মৃত্যু ৪১ জনৰ৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৬৯ জন৷ কালি কৰ’না আক্ৰান্তৰ হাৰ ২.২৫ শতাংশ ৷

আনহাতে ধেমাজিত ১২৯ জনৰ ক’ভিড পজিটিভ, জিলাখনত ক’ভিড পজিটিভ সংখ্যা ৩৯৭৬ জনলৈ বৃদ্ধি হয়। দ্বিতীয়টো ঢৌত অসমত আক্ৰান্ত হয় ৪৬৬৫৯০ জন৷ বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৩৯৮৩৭জন৷ আৰোগ্য লাভ কৰিছে ৪২১৩৭৮জন লোকে ৷ ইপিনে ৰাজ্যত এতিয়ালৈ ৪০২৮জনৰ মৃত্যুৰ মুখত পৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular