spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিককটন বিশ্ববিদ্যালয়ৰ আদৰণীয় পদক্ষেপ: ক’ভিডত পিতৃ-মাতৃ হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিৰ ব্যৱস্থা

কটন বিশ্ববিদ্যালয়ৰ আদৰণীয় পদক্ষেপ: ক’ভিডত পিতৃ-মাতৃ হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিৰ ব্যৱস্থা

ডিজিটেল ডেস্ক: ক’ভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে ‘কটন বিশ্ববিদ্যালয়’ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সুবিধাৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰ ২০২১ৰ ভিতৰত এখন আবেদন-পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণ-পত্ৰ ‘ছাত্ৰ কল্যাণ বিভাগ’ত প্ৰেৰণ কৰিব লাগিব।

আবেদন-পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ ক’ভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা বিভাগৰ প্ৰমাণ-পত্ৰ থাকিব লাগিব আৰু প্ৰায়জনীয় নথি-পত্ৰসমূহ স্কেন কৰি ec.ug@cottonuniversity.ac.in (স্নাতক) আৰু ec.pg@cottonuniversity.ac.in (স্নাতকোত্তৰ)ত ই-মেইলযোগে আবেদনকাৰীসকলে প্ৰেৰণ কৰিব পাৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular