spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকমৃত্যু ৬জনৰ : সৰ্বাধিক কামৰূপত ধৰা পৰিল ক'ভিড ৰোগী

মৃত্যু ৬জনৰ : সৰ্বাধিক কামৰূপত ধৰা পৰিল ক’ভিড ৰোগী

গুৱাহাটী : ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী দ্ৰুতগতিত চলি থকাৰ মাজতে সংক্ৰমিত হৈ আছে ক’ভিড ৰোগীৰ সংখ্যা৷ পূৰ্বতকৈ এই ৰোগীৰ সংখ্যা হ্ৰাস পাইছে যদিও মঙলবাৰে ৰাজ্যত ৪৪১জনৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ’না ভাইৰাছ৷

মঙলবাৰে ৩৩৮জন সুস্থ হৈছে যদিও ৬জন লোকে মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰে স্বাস্থ্য বিভাগে৷ বৰ্তমান ৩,৭৩৪জন সক্ৰিয় হৈ আছে এই ভাইৰাছে৷ ৰাজ্যত আক্ৰান্তৰ হাৰ ০.৬৮%৷ কালিৰ দিনটোত কামৰূপত মেট্ৰ’ত ১২৯ জন, গোলাঘাটত ৫৬, লখিমপুৰত ৩৭, যোৰহাটত ২৯জন চিনাক্ত হয়৷

ইপিনে চৰাইদেউ, যোৰহাট, হোজাই, ডিব্ৰুগড়, কৰিমগঞ্জ আৰু ওদালগুৰিত এজনকৈ লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular