Google search engine
31 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকবন্ধ থাকিব শিক্ষানুষ্ঠান ! এদিনতে ৩ সহস্ৰাধিক লোক আক্ৰান্ত কৰ’নাত...

বন্ধ থাকিব শিক্ষানুষ্ঠান ! এদিনতে ৩ সহস্ৰাধিক লোক আক্ৰান্ত কৰ’নাত…

গুৱাহাটী : ৰাজ্যত ভয়াৱহতা সৃষ্টি কৰাৰ দিশে গতি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই৷ সোমবাৰে এদিনতে ৩ সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি ধৰা পৰাৰ পাছতে জনতাক অধিক সজাগ আৰু সাৱধানতা ৰক্ষা কৰি চলিবলৈ আহ্বান জনাইছে৷

আৰু পঢ়িব পাৰিব : পৰৱৰ্তী সপ্তাহ পৰ্যন্ত অভাৱ নহয় আইচিইউ আৰু বিচনাৰ ! হিমন্ত বিশ্ব

সোমবাৰে ৰাজ্যত আক্ৰান্ত হৈছে ৩,১৩৭জন লোক৷ ইয়াৰে কামৰূপ (মেট্ৰ’) জিলাতে ১১৫৩জন আক্ৰান্ত হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত ২৬৮, কামৰূপ গ্ৰাম্যত ২৫৫জন, দৰঙত ১২৭জন লোক আক্ৰান্ত হৈছে৷ সোমবাৰে মৃত্যু ঘটিছে ১৫জন কোভিড ৰোগীৰ৷

আৰু পঢ়িব পাৰিব : ‘বিপদগ্ৰস্ত’ ভাৰতৰ কাষত থিয় দিলে গুগল, মাইক্ৰ’ছফ্ট-এ

কামৰূপ (মেট্ৰ’)ত এদিনতে কৰ’নাত আক্ৰান্ত ১০০০ অতিক্ৰম কৰাৰ পাছতে আজিৰে পৰা গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে৷ ১১ মে’লৈ বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহ৷ হোষ্টেলসমূহো ১৫ দিনৰ বাবে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ৷ অৱশ্যে শিক্ষানুষ্ঠানসমূহে অনলাইন ক্লাছ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীক৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
74 %
2.6kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular