Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকক’ভিড পৰিস্থিতিৰ শেহতীয়া তথ্য : নিৰ্বাচনৰ পাছত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

ক’ভিড পৰিস্থিতিৰ শেহতীয়া তথ্য : নিৰ্বাচনৰ পাছত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

গুৱাহাটী : ৰাজ্যত বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৬৯গৰাকী লোক৷ ক’ভিড পৰিস্থিতিৰ শেহতীয়া তথ্য অনুসৰি ২৪ ঘণ্টাত মৃত্যু হয় ২জনৰ আৰু নতুনকৈ বিগত সময়ছোৱাত আক্ৰান্তৰ সংখ্যা ৬১৭লৈ বৃদ্ধি পায়৷

আৰু পঢ়িব পাৰিব : ভোটাৰ ৯০ গৰাকী, ভোট পৰিল ১৭১টা… কি হৈছিল এই ভোটকেন্দ্ৰটোত?

৪ এপ্ৰিলত ডিব্ৰুগড় বিমান বন্দৰত ৭গৰাকী আক্ৰান্ত চিনাক্ত কৰাৰ লগতে তিনিচুকীয়াতো বিদ্যালয়ৰ ৩০ শিক্ষাৰ্থী আক্ৰান্ত হৈছিল৷ নগাঁৱৰ পুৰণিগুদামতো একেটা পৰিয়ালৰে ২জন ক’ভিড আক্ৰান্ত হয়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ অমানৱীয় কাণ্ডঃ দলবদ্ধ ধৰ্ষণ!

ইপিনে নিৰ্বাচনৰ বতৰত ক’ভিড বিধিৰ ব্যাপক উলংঘন কৰা পৰিলক্ষিত হোৱাৰ পাছতে শংকিত হৈ পৰিছে জনসাধাৰণ৷ দেশতো ব্যাপক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular