Google search engine
25.8 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকঅসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন

অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন

গুৱাহাটী : নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ হাৰ৷ ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত হয় ৪১জন লোক৷ বুধবাৰৰ দিনটোত কামৰূপ মেট্ৰ’ত ১৯জন, শোণিতপুৰত ৮জন আক্ৰান্ত৷

আৰু পঢ়িব পাৰিব : শদিয়াত ৯৮ কাৰ্টন সুৰা জব্দঃ ভোটাৰৰ মাজত বিলাবলৈ অনাৰ অভিযোগ

ইয়াৰ উপৰি শিৱসাগৰতো ৪জন কৰ’নাত আক্ৰান্ত হয়৷ চলিত সপ্তাহত ৰাজ্যত কৰ’নাত মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পায়৷ লগতে বুধবাৰে পুনৰ এজন ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়৷

আৰু পঢ়িব পাৰিব : ‘কাঁ চলচ্চিত্ৰ মহোৎসৱ’ত উজলিল জয় বৰুৱাৰ নাম

ইপিনে মঙলবাৰে জেএমচিএইচত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷ সোমবাৰে এছএমচিএইচত আন এজনৰ মৃত্যু হয়৷ বিগত বৰ্ষৰ পৰা এই মুহূৰ্তলৈকে ২,১৮,০৯৯জন ক’ৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত৷ অৱশ্যে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক’ভিড নিয়ন্ত্ৰণত আছে বুলিও কয়৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.8 ° C
25.8 °
25.8 °
98 %
0.8kmh
100 %
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °
Sun
26 °

Watch latest Movies & TV Series on Prag Play

Most Popular