Google search engine
27 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকক'ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান : গুৱাহাটীৰ ক'ত হ'ব এই প্ৰক্ৰিয়া...

ক’ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান : গুৱাহাটীৰ ক’ত হ’ব এই প্ৰক্ৰিয়া ?

গুৱাহাটী : আজি দেশজুৰি হৈছে দ্বিতীয় পৰ্যায়ৰ ক’ভিড ভেকচিনৰ ড্ৰাই ৰান প্ৰক্ৰিয়া৷ দেশৰ ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৩৭ জিলাত হ’ব ক’ভিড ভেকচিনৰ ড্ৰাই ৰান প্ৰক্ৰিয়া৷ অসমৰ গুৱাহাটীৰ ৩টা স্থানত আৰু লখিমপুৰতো আজি সম্পন্ন কৰা হ’ব ড্ৰাই ৰান৷

আৰু পঢ়িব পাৰিব : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবক সাক্ষাৎ আছুৰ শীৰ্ষ নেতৃত্বৰ

ইয়াৰ পূৰ্বে বিগত বছৰৰ ২৮ আৰু ২৯ ডিচেম্বৰত ড্ৰাই ৰান আৰম্ভ কৰা হৈছিল আৰু ২জানুৱাৰীত ৭৪খন জিলাত প্ৰথম পৰ্যায়ৰ ড্ৰাই ৰান সম্পন্ন কৰা হৈছিল। ড্ৰাই ৰানৰ জড়িয়তে ক’ভিড ভেকচিনেচনৰ বাবে প্ৰয়োজন হ’ব পৰা ব্যৱস্থাপনাৰ পূৰ্বাভাস লাভ কৰিব পৰা যাব।

আৰু পঢ়িব পাৰিব : ২৫সংখ্যক কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ ‘বেলকনিত ভগৱান’

গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটী হাস্পতাল, ধীৰেনপাৰাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নটবমা স্বাস্থ্যকেন্দ্ৰত আজি পুৱা ৯বজাৰ পৰা আৰম্ভ হৈছে ক’ভিড ভেকচিনেচনৰ ম’কড্ৰিল অথবা ড্ৰাই ৰান। উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত, চিয়াজুলী প্ৰাথমিক স্বাস্থ্য কেন্দ্র আৰু ব্যক্তিগত চিকিৎসালয় ৰয়েলট্ৰীত হাস্পতালত ড্ৰাই ৰাণ আৰম্ভ হয়।

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
31 °
Sat
28 °
Sun
30 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular