Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeব্ৰেকিং নিউজক'ভিড সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

ক’ভিড সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

নতুন দিল্লী : নিতৌ বৃদ্ধি পাবলৈ ধৰা ক’ভিড১৯ আক্ৰান্তৰ সংখ্যাই চিন্তিত কৰিছে জনসাধাৰণক৷ মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ক’ভিড ১৯ৰ সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰাৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৫৬,২১১জনৰ শৰীৰত ক’ভিড সংক্ৰমণৰ হৈছে৷

আৰু পঢ়িব পাৰিব : কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোট, সাজু ৩৯টা সমষ্টি

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু প্ৰশাসকসকলক এক পত্ৰযোগে ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তেঁও মহাৰাষ্ট্রৰ সাপ্তাহিক গড় পজিটিভিটীৰ হাৰ ২৩ শতাংশলৈ বৃদ্ধি পাইছে৷ এই মুহূর্তত ৰাষ্ট্রীয় সাপ্তাহিক পজিটিভিটীৰ হাৰ হ’ল ৫.৬৫ শতাংশ বুলি কয় ৷

আৰু পঢ়িব পাৰিব : ‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’ : স্মৃতি ইৰাণীৰ কটাক্ষ !

উল্লেখ্য যে, দেশত ক’ভিড সংক্ৰমণৰ সংখ্যাই ১.২০কোটি অতিক্ৰম কৰে। বৰ্তমান ৫.৪০ লাখ লোকৰ শৰীৰত সক্ৰিয় হৈ আছে কৰ’না ভাইৰাছ। নতুনকৈ ২৭১জন লোকৰ মৃত্যুৰ পাছতে দেশত মৃত্যুৰ সংখ্যাই ১.৬২লাখ অতিক্ৰম কৰে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
84 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular