Google search engine
30 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআন্তঃৰাষ্ট্ৰীয়ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে !

ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে !

কৰ’নাৰ সংক্ৰমণে বহিঃৰ্বিশ্বৰ সৈতে পুনৰ সংযোগ ব্যাহত কৰাৰ উপক্ৰম ঘটাইছে ভাৰতৰ। এইবাৰ ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে।

আৰু পঢ়িব পাৰিব : তেজপুৰত দুৰ্ঘটনাত নিহত দুজন, এজনৰ অৱস্থা সংকটজনক

আনকি, ভাৰতত থকা নিউজিলেণ্ডৰ নাগৰিকেও সাময়িকভাৱে প্ৰৱেশ কৰিব নোৱাৰিব ভাৰতত। দুসপ্তাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে নিউজিলেণ্ডে।

আৰু পঢ়িব পাৰিব : পুনৰ ক’ভিডৰ ত্ৰাস! অনিশ্চয়তাৰ দিশে ৰাজ্যৰ জনগণ


দেশখনৰ সীমান্তত ২৩টা ক’ভিড সংক্ৰমণৰ ঘটনা ধৰা পৰাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
74 %
0kmh
20 %
Thu
34 °
Fri
34 °
Sat
31 °
Sun
32 °
Mon
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular