Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকক’ভিডক জয় কৰি স্ব-গৃহলৈ উভতিল ১০ মহীয়া শিশু

ক’ভিডক জয় কৰি স্ব-গৃহলৈ উভতিল ১০ মহীয়া শিশু

বিশ্বনাথঃ সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে কৰ’না মহামাৰীৰ ত্ৰাস! এসপ্তাহৰ পূৰ্বে বিশ্বনাথৰ নতুন গাঁৱত কৰ’নাৰ গণসংক্ৰমণে লৈছিল ভয়াৱহ ৰূপ৷ বৃদ্ধৰপৰা শিশুলৈকে আক্ৰান্ত হৈছিল প্ৰায় ৯০জন লোক৷

ক’ভিডৰ হটস্পট হিচাপে পৰিগণিত হৈ পৰিছিল গাঁওখন৷ আক্ৰান্তসকলৰ ভিতৰত আছিল ৮টাকৈ শিশু। কিন্তু দেওবাৰে ১০ মহীয়া দুটি শিশু ক’ভিড মহামাৰীক পৰাভূত কৰি উভতি আহিল নিজ ঘৰলৈ৷

প্ৰফুল্ল দাস নামৰ ব্যক্তজনৰ ১০মহীয়া শিশুটিয়ে ক’ভিড জয়ী কৰি সোঁ-শৰীৰে উভতি অহাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী। ইতিমধ্যে, গাঁওখনৰ সকলো ক’ভিড ৰোগীয়ে মহামাৰীক হৰুৱাই উভতি আহিছে নিজ নিজ বাসগৃহলৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular