spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিক৫০০শতাংশলৈ বাঢ়িল দলিলৰ মূল্য

৫০০শতাংশলৈ বাঢ়িল দলিলৰ মূল্য

ডিজিটেল ডেস্কঃ ক’ভিডত জুৰুলা হোৱা অসমৰ জনসাধাৰণক বৃদ্ধ পেঞ্চন, অৰুণোদয় আদিৰে হিতাধিকাৰী সজোৱা হৈছে৷ ইয়াৰ বিপৰীতে চৰকাৰে অতি কৌশলেৰে বিভিন্ন কৰ-কাতল জাপি দিছে ৰাইজৰ ওপৰত।

আনকি ৫০০শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে দলিলৰ মূল্য৷ চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰিছে সদৌ অসম উকীল সন্থাই৷ মাটিৰ খাজানাৰ পাছত দলিলৰ মূল্যবৃদ্ধি ঘটোৱাত সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব৷

উকীল সন্থাই আজি এখন সংবাদমেলৰ জৰিয়তে দলিলৰ মূল্যবৃদ্ধি বিৰোধ কৰি ইয়াৰ মূল্য হ্ৰাস কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular