spot_img
20.5 C
Guwahati
20.5 C
Guwahati
বৃহস্পতিবাৰ, অক্টোবৰ 28, 2021
Homeআঞ্চলিককৰ'নাৰ ভয়াৱহ সংক্ৰমণ : গোলাঘাটতত বিগত ২৪ ঘন্টাত আক্ৰান্ত হয় ৩শৰো অধিক

কৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গোলাঘাটতত বিগত ২৪ ঘন্টাত আক্ৰান্ত হয় ৩শৰো অধিক

গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ কালিৰ দিনটোত পুনৰ আক্ৰান্ত হয় ২,৮০৫জন লোক৷ বিগত ২৪ ঘণ্টাত অসমত মৃত্যু হয় ৩৫জনৰ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৬৪ শতাংশ৷ তাৰভিতৰত গোলাঘাটত সৰ্বাধিক জন আক্ৰান্ত হয়৷ জিলাখনত মুঠ ৩০৬জন লোক আক্ৰান্ত হয় কৰ’নাত৷

ডিব্ৰুগড়ত ২১৭জন, শোণিতপুৰত ১৬৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীত কালিৰ দিনটোত আক্ৰান্ত হয় ১৫৮জন লোক৷ অসমত বৰ্তমানলৈ আক্ৰান্ত হৈছে ৪৬৬৫৯০ জন লোক৷ চিকিৎসাধীন হৈ আছে ৩৯৮৩৭জন৷ ইপিনে আৰোগ্য লাভ কৰিছে ৪২১৩৭৮জনে৷ আৰু মৃত্যুৰ মুখত পৰিছে ৪০২৮জনে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular