spot_img
22 C
Guwahati
22 C
Guwahati
শনিবাৰ, অক্টোবৰ 23, 2021
Homeআঞ্চলিককৰ’নাৰ সংক্ৰমণ : ৩য় দিনাও অপৰিবৰ্তীত গোলাঘাটৰ পৰিবেশ

কৰ’নাৰ সংক্ৰমণ : ৩য় দিনাও অপৰিবৰ্তীত গোলাঘাটৰ পৰিবেশ

গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্ত হয় ২,৭৮১ জন লোক৷ কালি মৃত্যু হয় ৩৪ জন লোকৰ৷ অসমত আক্ৰান্তৰ হাৰ ২.২৪ শতাংশলৈ বৃদ্ধি হয়৷ গোলাঘাটত আজি তৃতীয় দিনাও সৰ্বাধিক আক্ৰান্তৰে অভিলেখ গঢ়িলে৷ মুঠ ২৪৯ জন লোক আক্ৰান্ত হয় জিলাখনত৷

শোণিতপুৰত আক্ৰান্ত হয় ২২৮জন, ডিব্ৰুগড়ত আক্ৰান্ত হয়১৮২ জন ৷ আনহাতে গুৱাহাটী মহানগৰীত কালি আক্ৰান্ত হয় ১৬২ জন লোক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular