Google search engine
27 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিককাইলৈৰ পৰা আৰম্ভ প্ৰতিষেধক প্ৰক্ৰিয়া : অসমত কোনে পাব প্ৰথম ভেকচিন ?

কাইলৈৰ পৰা আৰম্ভ প্ৰতিষেধক প্ৰক্ৰিয়া : অসমত কোনে পাব প্ৰথম ভেকচিন ?

গুৱাহাটী : শনিবাৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা দেশত আৰম্ভ হ’ব ক’ভিড টিকাকৰণ প্ৰক্ৰিয়া৷ অসমত প্ৰথম পৰ্যায়ত ১০০ জনক দিয়া হ’ব কৰ’নাৰ ভেকচিন৷ বিহুৰ মাজতে প্ৰস্তুতি সম্পূৰ্ণ স্বাস্থ্য বিভাগৰ৷ ডিব্ৰুগড়ত ভেকচিন দিয়া প্ৰক্ৰিয়াৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

আৰু পঢ়িব পাৰিব : চোৰাং বেহাৰ ৰম্যভূমি ধুবুৰীত এইবাৰ শিল-বালিৰ ছিণ্ডিকেট

ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰতিষেধকৰ শুভাৰম্ভণি কৰিব স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ডঃ উমেশ শৰ্মাক প্ৰথম ভেকচিন দিয়া হ’ব অসমত৷ প্ৰতিষেধকৰ প্ৰদানৰ প্ৰথম পৰ্যায়ত থাকিব চিকিৎসা কৰ্মীসকল৷ কাইলৈ ১০.৩০ত আৰম্ভ হ’ব টিকাকৰণ প্ৰক্ৰিয়া৷

আৰু পঢ়িব পাৰিব : ৰংঘৰৰ বাকৰিত সম্প্ৰীতিৰ অপূৰ্ব সমাহাৰ : প্ৰতিফলিত ৰাজকীয় পৰম্পৰা

উল্লেখ্য যে Co.in appত ৰেজিষ্টাৰ কৰা হৈছে হিতাধিকাৰীৰ নাম৷ পান কাৰ্ড বা লাইচেঞ্চৰ জৰিয়তে ফোনযোগে দিয়া হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sun
28 °
Mon
30 °
Tue
29 °
Wed
31 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular