spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকদিব্যাংগ কিশোৰীক যৌননিৰ্যাতন! আটক অভিযুক্ত

দিব্যাংগ কিশোৰীক যৌননিৰ্যাতন! আটক অভিযুক্ত

ডিজিটেল ডেস্কঃ ভূলুণ্ঠিত মানৱতা! কিমান সুৰক্ষিত বৰ্তমানৰ নাৰীসমাজ? অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন সষ্টম যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ভিন্নসূৰীৰ ঘটনা। এইবাৰ পোহৰলৈ আহিছে ১১বছৰীয়া দিব্যাংগ কিশোৰী এগৰাকীক যৌননিৰ্যাতন চলোৱাৰ ঘটনা।

ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং বাহঁবাৰী। আমালৈ অহা খবৰ অনুসৰি, ঘটনাৰে জড়িত থকাৰ অভিযোগত দিলীপ দেৱনাথ(৫০)নামৰ এজনক আটক কৰি আৰক্ষীক গটালে ৰাইজে।

ঘটনাৰ বিৱৰণি অনুসৰি, কালি দিনৰ ভাগত অভিযুক্ত দিলীপ দেৱনাথৰ ঘৰত থৈ গৈছিল কিশোৰীগৰাকীক। ঘৰত কোনো নথকাৰ সুবিধা লৈ নিৰ্যাতন চলাই দিব্যাংগ কিশোৰীগৰাকীক। ঘটনাক লৈ অঞ্চলজুৰি অব্যাহত আছে চাঞ্চল্যৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular