istanbul escort beylikdüzü escort avcılar escort esenyurt escort mecidiyeköy escort bahçelievler escort arnavutköy escort şirinevler escort bağcılar escort bakırköy escort başakşehir escort aksaray escort ataköy escort bahçeşehir escort beylikdüzü kapalı escort bayrampaşa escort beylikdüzü türbanlı escort büyükçekmece escort esenler escort eve gelen escort halkalı escort kapalı escort kayaşehir escort küçükçekmece escort merter escort nişantaşı escort otele gelen escort sefaköy escort sınırsız escort sultanbeyli escort türbanlı escort tüyap escort zeytinburnu escort yakuplu escort

istanbul escort beylikdüzü escort esenyurt escort beylikdüzü escort avcılar escort esenyurt escort esenyurt escort beylikdüzü escort avcılar escort esenyurt escort esenyurt escort avcılar escort şirinevler escort avcılar escort esenyurt escort beylikdüzü escort istanbul escort avcılar escort esenyurt escort beylikdüzü escort beylikdüzü escort istanbul escort türbanlı escort beylikdüzü escort izmir escort bursa escort sakarya escort maltepe escort denizli escort izmit escort gaziantep escort bayan gaziantep escort kayseri escort

hacklink hacklink satış hacklink satın al hacklink al istanbul evden eve nakliyat evden eve nakliyat şehirler arası evden eve nakliyat istanbul eşya depolama

গাঁৱত ভিৰ, মহানগৰত শূন্যতা! বিহুৰ বতৰত অসমৰ এখন ওলোটা ছবি – Prag News
Home আঞ্চলিক গাঁৱত ভিৰ, মহানগৰত শূন্যতা! বিহুৰ বতৰত অসমৰ এখন ওলোটা ছবি

গাঁৱত ভিৰ, মহানগৰত শূন্যতা! বিহুৰ বতৰত অসমৰ এখন ওলোটা ছবি

0

ডিজিটেল ডেস্ক: কৃষিজীৱী অসমীয়াই উলহ-মালহেৰে পালন কৰিলে মাঘ বিহু। বিহুৰ আনন্দত বিধৌত জনতা। নানা নীতি-পৰম্পৰাৰ মাজেদি পৌৰাণিক কালৰে পৰা পালন কৰি অহা বিহুক স্বকীয়তা ৰক্ষাৰে পালন কৰা হ’ল। নিজৰ শিপা খুচৰি বিহুৰ আনন্দ ল’বলৈ প্ৰত্যেকেই ঢাপলি মেলিলে আপোন গাঁওখনলৈ। কৰ্ম-সংস্থাপনৰ তাগিদাত গাঁৱৰ পৰা আঁতৰত থকা প্ৰত্যেকেই ঘূৰি গ’ল নিজৰ ঘৰখনলৈ। পো-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীৰে ভৰুণ ঘৰখন আকৌ এবাৰ হাঁহিৰে মুখৰিত হ’ল। সমান্তৰালকৈ নিজম পৰিল মহানগৰীৰ ব্যস্ত ৰাজপথ। নিমাতে-নিতালে শুই থকা কংক্ৰিটৰ মহানগৰীৰ পথে আকৌ এবাৰ মনত পেলাই দিলে বিহুৰ স্বকীয়তা। বিহু যেন জীয়াই থাকিব খোজে পথাৰৰ বোকা মাটিৰ গোন্ধ আৰু অকৃত্ৰিম-নিভাঁজেৰে ভৰপূৰ সেউজী গাঁৱৰ মাজতহে।

উৰুকাৰ আগদিনাৰে পৰা মহানগৰীৰ সকলো প্ৰস্থান পথত ভিৰ। খানাপাৰা, জালুকবাৰী, ISBTত গাড়ীত উঠিবলৈ মানুহৰ ঠেলা-হেঁচা। বাছৰ কোনো টিকট কাউণ্টাৰতেই ৰৈ যোৱা নাই টিকট। বাছবোৰৰ এটাও চিট খালী নাই, সকলো পূৰ। কোনোৱে অত্যধিক মূল্যত গাড়ীভাৰা কৰিয়ে বাট ল’লে আপোন গাঁওখনলৈ বুলি। কামাখ্যা-পল্টন বজাৰৰ ৰে’ল ষ্টেচনতো একেই পৰিৱেশ। সাধাৰণ দিনৰ তুলনাত ভিৰ বাঢ়িল ৰে’ল ষ্টেচনকেইটাত।
মহানগৰীৰ স্থায়ী বাসিন্দা আৰু এমুঠিমান প্ৰৱাসী লোকৰ বাহিৰে বাকী সকলোৱেই বিহু উদযাপন কৰিবলৈ গাঁও পালেগৈ। মহানগৰীৰ সদাব্যস্ত ৰাজপথ সেৰেঙা হৈ পৰিল। শাৰী শাৰী দোকানৰ দুৱাৰ বন্ধ। কোলাহলহীন গুৱাহাটীৰ এক অভূতপূৰ্ব ছবি। অফিচ-কাছাৰীত কৰ্মচাৰী নাই, শ্বপিং ম’লবোৰতো গ্ৰাহক নাই। দিছপুৰখনো একেবাৰেই খালী। মন্ত্ৰী-বিধায়ক সকলোৱেই ঢাপলি মেলিলে নিজসমষ্টিলৈ। পূৰ্বৰ সেই গতানুগতিক ভিৰ নাই দিছপুৰত।

কৃষি য’ত, কৃষ্টি আৰু সংস্কৃতিও ত’ত। গাঁৱৰ পৰা যিমানেই দূৰত নাথাকক লাগে বিহু বুলিলে শিপা খুচৰি গাঁৱলৈ উভটি যোৱাৰ প্ৰৱণতা প্ৰতিজন অসমীয়াৰ থাকিবই, এই কথা পুনৰবাৰ এইবাৰৰ ভোগালী বিহুৱে প্ৰমাণ কৰি দিলে। গাঁৱৰ সেউজীয়া আৰু অকৃত্ৰিমতাখিনিৰ মাজতেই এজন অসমীয়াই নিজক বিচাৰি পায়, জীৱন জীয়াবলৈ সাহস পায়। গাঁওবোৰেই হৈ থাকিব অসমীয়া কৃষ্টি আৰু সংস্কৃতিৰ ধ্বজাবাহক।