Google search engine
30 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকভোটাৰক সজাগতাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

ভোটাৰক সজাগতাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

গুৱাহাটী : বিধানসভা নিৰ্বাচনলৈ মাজত মাথোন কেইটামান দিন বাকী৷ এনে সময়তেই ভোটাৰক সজাগতাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ দেওবাৰে পুৱাই মহানগৰীত চাইকেল ৰেলীৰ জৰিয়তে ভোটাৰক সজাগ কৰিবলৈ প্ৰয়াস কৰে৷

আৰু পঢ়িব পাৰিব :কাৰাগাৰৰ পৰা অসমবাসীলৈ মুকলি চিঠি প্ৰেৰণ অখিলৰ…

CYCLOTHON FOR DEMOCRACY RIDE TO VOTE ৰে এই সজাগতামুলক ৰেলী উলিয়াই৷ ৰেলীত অংশ লয় অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই৷ ডেৰশৰো অধিক চাইকেলিষ্টে অংশগ্ৰহণ কৰে এই ৰেলীত৷

আৰু পঢ়িব পাৰিব :মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ, নিহত চাৰিজন

পেৰাচাইক্লিষ্ট ৰাকেশ বণিকৰ নেতৃত্বত ৰেলী অনুষ্ঠিত হয়৷ উল্লেখ্য যে দেওবাৰৰ পৰা ১২ দিনৰ বাবে সজাগতা ৰেলী কৰিব ৰাকেশে৷ অসমৰ ১২ খন জিলাত ভোটাৰক সজাগতাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
74 %
0kmh
20 %
Thu
34 °
Fri
34 °
Sat
31 °
Sun
32 °
Mon
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular