spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো কেনে হ'ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো কেনে হ’ব আপোনাৰ?

২৮কাতি, সোমবাৰ, ইং ১৫ নৱেম্বৰ. ২০২১।

মেষ ৰাশি –  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি, কৰ্ম লাভ হ’ব৷ আজিৰ দিনটোত সন্মান লাভ হোৱাৰ যোগ। 


বৃষ ৰাশি – বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব৷ লগতে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে।


মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, জ্ঞান বাঢ়িব৷ কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব৷ আজি সজাগ নহলে পিতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


সিংহ ৰাশিৰ – সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব৷ কৰ্মত সামান্য জতিলতা বৃদ্ধি ।
কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব৷ ঘৰুৱা দিশত উন্নতি হব৷ লগতে ছোৱালী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


তুলা ৰাশি – তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত সজাগ নহলে সামান্য ক্ষতি হব পাৰে৷ আজি মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি। 


বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ সামাজিক সন্মান বাঢ়িব, লগতে দ্ৰব্য লাভ হোৱাৰ যোগ।


ধনু ৰাশি – ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হব৷ প্ৰেমত সহায় লাভ হব৷ 


মকৰ ৰাশি – মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত  আনন্দ বাঢ়িব৷ আৰ্থিক দিশত সামান্য কষ্ট পোৱাৰ যোগ।


কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ৷ মনৰ আশা পুৰণ হব, কৰ্মক্ষেত্ৰ সন্মান লাভ হব৷ কৰ্মত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


মীন ৰাশি – মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে মনত দুখ পাব পাৰে৷ সঞ্চিত ধন ক্ষয় হ’ব পাৰে, সকলো দিশতে সজাগ হোৱাটো ভাল হব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular