spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeজীৱন শৈলীচাওক দিনটোৰ ৰাশিফল : হ'ব পাৰে আচৰিত পৰিৱৰ্তন

চাওক দিনটোৰ ৰাশিফল : হ’ব পাৰে আচৰিত পৰিৱৰ্তন

২৩কাতি, বুধবাৰ, ইং ১০ নৱেম্বৰ, ২০২১


মেষ ৰাশি – মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য কৰ্মক্ষেত্ৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।


বৃষ ৰাশি – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাবোৰ সমাধন হব, শত্ৰু নাশ হব, আজি প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ যোগ।


মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, ধন সন্মান লাভ। 


কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, প্ৰেমত শুভ হব, লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।


সিংহ ৰাশিৰ – সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, সজাগ নহলে আপোন মানুহৰ লগত মনোমালিন্য হব পাৰে। লগতে আজি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব।


কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম প্ৰেৰণা লাভ কৰিব যদিও আজি সজাগ নহলে মনোমালিন্য বা শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


তুলা ৰাশি – তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, কৰ্মব্যস্ততা বাঢ়িব, সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি দেখা যায়।


বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে, যদিও আজি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে । প্ৰেমত সামান্য জতিলতা বৃদ্ধি।


ধনু ৰাশি – ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব,কৰ্মত সন্মান  লাভ হব, মনত আনন্দ বৃদ্ধি। 


মকৰ ৰাশি – মকৰ ৰাশি  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, মনত উৎসাহ বাঢ়িব। 


কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত মানসিক চিন্তা বাঢ়িব পাৰে, কৰ্মক্ষেত্ৰ  সামান্য পৰিৱৰ্তন আহিব পাৰে। যান বাহনৰ পৰা  সাৱধান হোৱাটো ভাল। 


মীন ৰাশি – মীন ৰাশিৰ জাতক -জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, শত্ৰু হানি হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular