spot_img
33 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকভূমি বিবাদক কেন্দ্ৰ কৰি গুলীচালনা : গুৰুতৰভাৱে আহত ২

ভূমি বিবাদক কেন্দ্ৰ কৰি গুলীচালনা : গুৰুতৰভাৱে আহত ২

কাছাৰ : কাছাৰৰ বেৰেংগা গাঁৱত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত গুলীবিদ্ধ হয় বেৰেংগা পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী নাজিবউদ্দিন বৰভূঞা৷ কঁকালত গুলীবিদ্ধ হৈ আঘাত প্ৰাপ্ত হয় নাজিবউদ্দিন৷ এই ঘটনাত নাজিমউদ্দিন লস্কৰ নামৰ আন এজন লোকো গুলীবিদ্ধ হয়৷

জানিব পৰা মতে, ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় গুলীচালনাৰ ঘটনা৷ আলাউদ্দিন বাহিনীয়ে গুলীয়াই নাজিমউদ্দিন বাহিনীক৷ গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত হয় আলাউদ্দিনৰ পত্নীও৷ উভয় পক্ষক ক্ষান্ত কৰিবলৈ যাওঁতে গুলীবিদ্ধ নাজিবউদ্দিন৷ নিশাই শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোঁৱা হয় দুই গুলীবিদ্ধক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
58 %
1.5kmh
40 %
Thu
31 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular