Google search engine
27 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeৰাষ্ট্ৰীয়দিল্লীৰ পৰিস্থিতি ‘বিপদজনক’ : কি ক’লে অৰবিন্দ কেজৰিৱালে?

দিল্লীৰ পৰিস্থিতি ‘বিপদজনক’ : কি ক’লে অৰবিন্দ কেজৰিৱালে?

নতুন দিল্লী : আনহাতে, দিল্লীত নতুনকৈ কঠোৰ ক’ভিড বিধি জাৰি কৰা হৈছে৷ ৰেস্তোৰাঁ, হোটেল, বাৰত ৫০ শতাংশ লোকক অনুমতি প্ৰদান কৰাৰ উপৰি চিনেমা হলতো ৫০ শতাংশ দৰ্শকহে থাকিব পাৰিব৷ দিল্লীৰ মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰিব পাৰিব ৫০ শতাংশ যাত্ৰীয়েহে৷

আৰু পঢ়িব পাৰিব : নিৰ্মম : পত্নীক হত্যা কৰি পুতি থ’লে স্বামীয়ে

ইপিনে দিল্লীত সম্পূৰ্ণ লক্ডাউনৰ দিয়াৰ সম্ভাৱনা নাকচ কৰে কেজৰিৱালে৷ তেওঁ কয়, ‘সম্পূৰ্ণ লকডাউন সমস্যাৰ সমাধান নহয়৷ স্বাস্থ্যৰ আন্তঃগাঁথনি ভাঙি পৰিলেহে লকডাউন দিয়া হ’ব৷’ লগতে সকলো বয়সৰ লোকক ভেকচিন প্ৰদানৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : গণহত্যা! কোচবিহাৰৰ হিংসাক লৈ মমতাৰ বিস্ফোৰক অভিযোগ

আনহাতে, দিল্লীত নতুনকৈ কঠোৰ ক’ভিড বিধি জাৰি কৰা হৈছে৷ ৰেস্তোৰাঁ, হোটেল, বাৰত ৫০ শতাংশ লোকক অনুমতি প্ৰদান কৰাৰ উপৰি চিনেমা হলতো ৫০ শতাংশ দৰ্শকহে থাকিব পাৰিব৷ দিল্লীৰ মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰিব পাৰিব ৫০ শতাংশ যাত্ৰীয়েহে৷

RELATED ARTICLES

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
89 %
1.5kmh
75 %
Tue
28 °
Wed
32 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular