spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকনৈৰ বুকুত উদ্ধাৰ আয়ুস্মানৰ মৃতদেহ !

নৈৰ বুকুত উদ্ধাৰ আয়ুস্মানৰ মৃতদেহ !

ডিব্ৰুগড় : নিমাতীঘাটৰ শোকাৱহ ঘটনা মাৰ নৌ যাওতে পুনৰ নৈৰ বুকুত প্ৰাণ গ’ল এটি শিশুৰ৷
ডিব্ৰুগড়ৰ জকাই খামটিঘাটত শনিবাৰে বুঢ়ীদিহিঙত নিখোজ শিশু আয়ুস্মান দুৱৰাৰ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে জনোৱা মতে শিশুৰ ঘৰ সোণোৱাল চাপৰিত৷

তাৰ পৰা ২কিলোমিটাৰ নিলগত গা ধুবলৈ গৈ নিখোজ হৈ আছিল শিশুটি৷ প্ৰত্যক্ষদৰ্শীৰ মতে শিশুৰ চাইকেল নৈৰ পাৰত দেখিছিল৷ শিশুটি নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা আৰক্ষীয়ে বিচাৰ খোচাৰ আৰম্ভ কৰে৷

উদ্ধাৰ কৰাৰ পাছত পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular