spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকদিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমি, তালিকাত আৰু কোন কোন?

দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমি, তালিকাত আৰু কোন কোন?

গুৱাহাটী : আজি ঘোষণা কৰিলে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা৷ অসমৰ সাহিত্য জগতৰ এটা চিনাকি নাম দিগন্ত বিশ্ব শৰ্মাই এই বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমলৈ৷

ভাৰতীয় সংস্কৃতিৰ ভিত্তি শীৰ্ষক গ্ৰন্থৰ বাবে দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ২০২০ আগবঢ়োৱা হৈছে৷ লগতে বড়ো ভাষাত কমলেশ্বৰ ব্ৰহ্মই লাভ কৰিছে এই সন্মানীয় সাহিত্য অকাডেমীৰ অনুবাদ বঁটা৷ মুঠ ২৪টা ভাষাত অনুবাদ কৰা ২৪গৰাকীলৈ অনুবাদকলৈ আগবঢ়োৱা হৈছে এই বঁটা৷

এই বঁটাত ৫০,০০০ টকাৰ পুৰষ্কাৰ আগবঢ়োৱা হ’ব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular