spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকদিনদুপৰতে কুকাৰ-পতাগুটিৰে কোনে হত্যা কৰিলে ডিম্পলক ?

দিনদুপৰতে কুকাৰ-পতাগুটিৰে কোনে হত্যা কৰিলে ডিম্পলক ?

গুৱাহাটী : দিনদুপৰতে গুৱাহাটীৰ উজান বজাৰত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে ৰাজ্য৷ ভাড়াঘৰৰ কোঠাত দুৰ্বৃত্তই হত্যা কৰে ডিম্পল কোমাৱত কিশোৰীগৰাকীৰক ৷ চুৰি-কুকাৰ আৰু পতাগুটিৰে হত্যা কৰে কিশোৰীগৰাকীক ৷

ঘৰত কোনো নথকা সময়ত সংঘটিত হোৱা গুৱাহাটী ক্লাৱৰ এঞ্জেলছ্ অৱ গডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল ডিম্পল ৷ ডিম্পলৰ মাতৃ-পিতৃ উজান বজাৰত এখন ৰেষ্টুৰেন্টৰ গৰাকী ৷ পুৱা ৰেষ্টুৰেণ্টলৈ ডিম্পলৰ মাতৃ পিতৃ যোৱাৰ পাছত ঘৰত অকলেই আছিল ডিম্পল কোমাৱত৷ হত্যাকাণ্ডৰ পিছত ডিম্পলৰ ম’বাইটো লৈ যায় দুৰ্বৃত্তই ৷

আজি প্ৰায় ১২ মান বজাত জেঠায়েকে প্ৰত্যক্ষ কৰে ডিম্পলৰ মৃতদেহ ৷ জেঠায়েকৰ মতে ঘৰৰ দুৱাৰ খোলা আছিল সেই সময়ত ৷ দেহৰ বিভিন্ন অংশত চুৰিৰে আঘাত কৰাৰ লগতে কুকাৰেৰে কোবোৱাৰ লগতে পতা গুটিৰেও মূৰত প্ৰহাৰ কৰিছিল হত্যাকাৰীয়ে ৷ ঘটনাৰ সময়ত ঘৰৰ ভিতৰৰ দুটাকৈ আলমিৰা খোলা আছিল আৰু কাপোৰবোৰ দ’ম হৈ পৰি আছিল ঘৰৰ ভিতৰত ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular