Google search engine
26.7 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকডিফুত অপহৰণকাৰীৰ কবলৰপৰা নাটকীয়ভাৱে ৰক্ষা পৰিল মহিলা অধিবক্তা

ডিফুত অপহৰণকাৰীৰ কবলৰপৰা নাটকীয়ভাৱে ৰক্ষা পৰিল মহিলা অধিবক্তা

ডিফু: অৰুণাচলত দুজনকৈ অইলৰ কৰ্মচাৰী অপহৃত হোৱাৰ ঘটনাৰ পাছতে ডিফুত এগৰাকী অধিবক্তাক অপহৰণৰ চেষ্টা চলোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ CJM আদালতৰ এগৰাকী মহিলা অধিবক্তাক অপহৰণৰ চেষ্টা চলাইছিল অধিবক্তাগৰাকীৰ গাড়ীচালক আৰু এজন দুৰ্বৃত্তই৷

আৰু পঢ়িব পাৰিব : ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ

গাড়ীৰ ভিতৰতে মুখত কাপোৰ বান্ধি চেষ্টা চলাইছিল অপহৰণৰ৷ অপহৰণকাৰীয়ে মুক্তিপণ দাবী কৰিছিল ১ কোটি টকা৷ বৰলাংফেৰত্ গাড়ীৰ চকা ফুটাত ব্যৰ্থ হ’ল অপহৰণকাৰী৷ আৰক্ষীৰ তত্পৰতাত উদ্ধাৰ হয় অধিবক্তাগৰাকী৷

আৰু পঢ়িব পাৰিব : ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ

আটক কৰা হয় গাড়ীচালক অমিত টংলাক৷ বৰ্তমান পলাতক আনটো অপহৰণকাৰী৷ ১৬ জানুৱাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা৷ ঘটনাটো পোহৰলৈ অহাত দুৰ্বৃত্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ৷

RELATED ARTICLES

Today's Weather

Guwahati
light rain
26.7 ° C
26.7 °
26.7 °
91 %
0.5kmh
100 %
Sat
27 °
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular