spot_img
34 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকজন্মদিনৰ পাৰ্টীৰ নামত ড্ৰাগছৰ পয়োভৰ, আৰক্ষীৰ জালত মহিলাসহ ১৮জন

জন্মদিনৰ পাৰ্টীৰ নামত ড্ৰাগছৰ পয়োভৰ, আৰক্ষীৰ জালত মহিলাসহ ১৮জন

গুৱাহাটী : মহানগৰীৰ খাৰঘূলিৰ হোটেলত লতাশিল আৰক্ষীয়ে চলালে অভিযান৷ শুকুৰবাৰে নিশা হোটেল ৰিভেৰিয়াত আৰক্ষীয়ে অভিযান চলাই ১৮গৰাকী পুৰুষ-মহিলাক আটক কৰে আৰক্ষীয়ে৷ বহু নিশালৈ হোটেলখনত অমৃত বৰুৱা নামৰ এজন লোকক জন্মদিন উদযাপনৰ নামত চলিছিল পাৰ্টী।

আৰক্ষীয়ে আটক কৰে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰণ্য সিনহা, ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ, ফাহাদ ফাৰী আলী, ৰাকেশ বৰগোহাঁই আৰু দেৱৰ্ষি বেৰিয়াসহ আটক কেইবাগৰাকীও মহিলা৷

আটকাধীন লোককেইজনে পাৰ্টিৰ নামত ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ নিষিদ্ধ কোকেইন আৰু গাঞ্জা৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
34 ° C
35.4 °
34 °
62 %
2.6kmh
20 %
Sun
34 °
Mon
34 °
Tue
28 °
Wed
28 °
Thu
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular