spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকমহানগৰীত সুৰাসক্ত যুৱতীৰ তাণ্ডৱ! উৱেৰত বহি পাহৰিলে নিজৰ ঠিকনা...

মহানগৰীত সুৰাসক্ত যুৱতীৰ তাণ্ডৱ! উৱেৰত বহি পাহৰিলে নিজৰ ঠিকনা…

ডিজিটেল ডেস্ক: মাতাল যুৱতীৰ তাণ্ডৱে কঁপাইছে গুৱাহাটী মহানগৰী৷ নিশা হ’লেই প্ৰতিদিনেই মাতাল যুৱতীৰ কাৰ্যত অতিষ্ঠ হয় মহানগৰ প্ৰশাসন৷ কেতিয়াবা যদি নামী-দামী মডেল ৰাজকন্যা, কেতিয়াবা আকৌ সম্ভ্ৰান্ত পৰিয়ালৰ যুৱতীৰ তাণ্ডৱ চলে৷ এইবাৰ উৱেৰত বহি নিজৰ ঠিকনাই পাহৰিলে যুৱতীগৰাকীয়ে৷

সোমবাৰে নিশা গড়চুক থানাৰ ভিতৰত মাতাল যুৱতীগৰাকীয়ে চলায় তাণ্ডৱ৷ পাছত সুৰাৰ বটলসহ যুৱতীগৰাকী গড়চুক আৰক্ষী থানৰ আলহী হয়৷ পামহিৰ পৰা উৱেৰত বুক কৰিল গণেশপাৰালৈ এজন অচিন যুৱকে৷

গণেশপাৰালৈ উৱেৰ চালকে লৈ গৈছিল যদিও সুৰাৰ ৰাগীত মগন হোৱা যুৱতীয়ে পাহৰিলে নিজৰ ঠিকনা৷ উপায়হীন হয় চালকজনে লৈ আহে গড়চুক থানালৈ ।গড়চুক থানাত যুৱতীয়ে দেখুৱালে তাণ্ডৱ৷ মুখত অশ্লীল গালি, হাতত সুৰাৰ বটলেৰে আৰক্ষীক কৰে হতভম্ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular