spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিককি হ'ব দুৰ্গা পূজা ? জনালে মুখ্যমন্ত্ৰীয়ে

কি হ’ব দুৰ্গা পূজা ? জনালে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো এমাহ বাকী৷ ক’ভিড পৰিস্থিতিও কিছু শাম কাটিছে ৰাজ্যত৷ এই সময়তে আগন্তুক দুৰ্গা পূজাক লৈ প্ৰস্তুতি চলিছে মৃৎ শিল্পীৰ পৰা আৰম্ভ কৰি ৰাজ্যবাসীৰ মাজত উৎসাহে দেখা দিছে৷ তাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনালে এক সুখৱৰ৷

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ক’ভিড বিধি পালনেৰে দুৰ্গোত্সৱ হ’ব বুলি জনায়৷ ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গোত্সৱ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে দোমোজাত থকা দুৰ্গোৎসৱ আয়োজক কমিটী তথা মৃৎ শিল্পীসকলে উৎফুল্লিত হৈ পৰে৷

ৰাজ্যবাসীয়ে সম্পূৰ্ণ ক’ভিড বিধি মানি চলি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব বুলি জনোৱাৰ লগতে দৰ্শক, ভক্ত তথা আয়োজক সমিতিয়েও মানিব লাগিব বিধি৷ অৱশ্যে দুৰ্গা পূজাৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত নীতি-নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱণাও আছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
26 °
Fri
28 °
Sat
29 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular