Google search engine
31 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত পুনৰ তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণি

ৰাজ্যত পুনৰ তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণি

শোণিতপুৰ : পুনৰ বুধবাৰে নিশা হোৱা তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণিয়ে আতংকিত কৰে ৰাজ্যবাসীক৷ নিশা অহা ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰত ৫.২ প্ৰাবল্যৰ কম্পন অনুভূত হয়৷

আৰু পঢ়িব পাৰিব : আজি আনুষ্ঠানিক আত্মসমৰ্পণৰ সম্ভাৱনা জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ !

বুধবাৰে পুৱাৰ ভূমিকম্পই ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি কৰাৰ পাছতে নিশা অহা ভূঁইকঁপে আতংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ বুধবাৰৰ ভূমিকম্পত ক্ষতিসাধন হৈছিল মহানগৰ কেইবাটাও অট্টালিকা, পথাৰত, ৰাস্তা-ঘাট আদিৰ। বিভিন্ন ঠাইত ফাঁট মেলাৰ লগতে ভূগৰ্ভৰ পৰা পানী ওলাই অহাও পৰিলক্ষিত হৈছিল।

আৰু পঢ়িব পাৰিব : ২০ খন টেম্পোক ক’ভিড এম্বুলেন্সলৈ ৰূপান্তৰ ব্যৱসায়ীৰ!

ভূমিকম্পত আতংকিত হৈ কেইবাজন লোক আহত হোৱাৰ লগতে দুজনকৈ লোকৰ পানীত বুৰি মৃত্যু ঘটে৷ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ।

RELATED ARTICLES

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
74 %
2.6kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular